এটা মৰম লগা সৰু প্ৰেম কাহিনী । A little heart touching love story . And sweet ending,
এখন গাঁৱত এজন লৰা আছিল। লৰাটো এনে ভাল আছিল ।সি বৰ কষ্টেৰে তাৰ জীৱন যাত্ৰা চলাই আছিল। পঢ়া শুনাত ও ইমান বেয়া নাছিল। এনেকৈ পঢ়া শুনা চলি থাকোঁতে হঠাৎ এদিন সি এজনী বৰ মৰম লগা ছোৱালী দেখিছিল। ছোৱালী জনীক দেখিয়েই তাৰ মনটোত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছিল। সি মনে মনে সিদ্ধান্ত কৰি লৈছিল, যে এইজনী তাৰ সপোনৰ পৰী 🧚♂️ ।।
কিন্তু তেতিয়া ছোৱালী জনীৰ বয়স বেছি নাছিল। ১১বছৰ মান আছিল।সেই সময়তো লৰটোয়ে ছোৱালী জনীক ভাল পাবলৈ আৰম্ভ কৰিলে । তেতিয়াতো তাইক ভাল পায় বুলি কৱ নোৱাৰে কাৰণ তাইৰ বয়স হোৱা নাছিল । one side of love ❤ 💙 💜, , ,,, ,,
কিছুদিন পাছত:_ছোৱালী জনী যেতিয়া আৰু অলপ ডাঙৰ হৈছিল। তেতিয়া লৰা জনে ভাৱিলে এতিয়া আৰু সময় হৈ গল তাইক প্ৰপজ কৰাৰ।এই বুলি সি তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়ে।প্ৰতমতে ছোৱালীজনিয়ে মানা কৰিছিল ।তাই কৈছিল মই তোমাক এনেকুৱা এজন লৰা বুলি ভৱা নাছিলোঁ।তেতিয়া লৰাটোৰ আৰু চিন্তা বাঢ়ি গল।যি কি নহওঁক এদিন পিছত ছোৱালী জনীয়ে আকৌ সন্মতি দিয়ে। Love start from both sides . 😂 😂 😂
IN love - - এতিয়া প্ৰেমৰ কথা বতৰা আৰম্ভ হৈছিল। তেতিয়া আজিৰ নিচিনা mobile ইমান নাছিল।প্রতমতে দুয়োজনে একেলগে কাষত বহি কথা বতৰা পাতে। ছোৱালী জনী তাইৰ বাইৰ ঘৰলৈ আহিছিল। তাত কথা বতৰা পাতিছিল। এসপ্তাহ পিছত ছোৱালী
জনী তাইৰ নিজৰ ঘৰলৈ আহিছিল।দুজনৰ মাজত বহুত আবেগিক বহু বেছি প্ৰেম কাহিনী চলি আছিল।
আৰু অলপ কিছুদনৰ পাছত আৰু গভীৰ প্ৰেম গঢ়ি উঠিছিল। ইজনে সিজনক নেদেখাকৈ থাকিব নোৱাৰা হৈছিল।মাজে সময়ে ফোনত কথা বতৰা পাতিছিল।
কেতিয়াবা মাহ দুমাহ পাৰ হৈ গৈছিল,
নেদেখাকৈ কথা নপতাকৈ ।তেতিয়া আৰু গভীৰ প্ৰেম কাহিনী গঢ়ি উঠিছিল।
ইজনে সিজনক নেপালে মৰিয়েই থাকিব।তাইৰ ঘৰত বহু বেছি পহৰা আছিল। সেহে সদায় phone মাৰিব নোৱাৰিছিল । মনত বহু
আশা আবেগ লৈ জীৱনে মৰণে চিৰদিনলৈ একেলগে জীৱন অতিবাহিত কৰাৰ সিদ্ধান্ত কৰিছিল।

In The middle stage of love,:- দুবছৰ পিছত লৰাজন চাকৰিৰ সন্ধানত মুম্বাইলৈ গৈছিল। ইয়াৰ আগত ঘৰত থকা অৱস্থাত ঘৰৰ মানুহে ইমান ভালকে সিহঁতৰ প্ৰেমৰ বিষয়ে জনা নাছিল।মুম্বাইলৈ যোৱাৰ কিছুদিন পিছতেই PCO or যোগেদি তাইলৈ ফোন কৰিছিল যদিওঁ ,phon টো তাই উটুৱা নাছিল।
ঘৰৰ মানুহে লোৰাটোৰ number টো চিনিপায় কাৰণে লেণ্ড লাইন PCO or পৰা মাৰিছিল।এনেকৈ প্ৰায় দুমাহ গুচিগৈছিল।হঠাৎ এদিন ছোৱালীজনীয়ে তাৰ mobile ot phone মাৰিছিল।
ফোনত ভাল বেয়া অলপ পতাৰ পিছত ছোৱালী
জনীয়ে এটা বেয়া খবৰ দিছিল,যে এইবাৰ ঘৰৰ মানুহে ভালকৈ গম পালে।আৰু দুটা পৰিয়ালৰ মাজত কাজিয়াৰ নিচিনা একপ্ৰকাৰৰ মত বেদ হৈ গল।
তেতিয়া এই কথাবোৰ শুনি লৰা জন তাত কাম কাজ বাদ দি এসপ্তাহৰ ভিতৰত ঘৰলৈ আহি পাইছিল।
ঘৰত আহি কেনেবাকৈ ছোৱালীজনীৰ লগত ফোনত কথা পাতিছিল।তাত লৰাজনে ছোৱালীজনীক সুধিছিল যে:- "এতিয়া যিহেতু আমাৰ সম্পৰ্কটো ঘৰত মানি লোৱা নাই, এতিয়া ইয়াত কি কৰিম, তুমাৰ মতামত কি?
তুমি যি কবা তাকে কৰিম, তুমি হয় বুলি ক'লে হয় আৰু নহয় বুলি ক'লে নহয়"।
তেতিয়া প্ৰতিউত্তৰত ছোৱালীজনীয়ে কৈছিল যে:-"তুমি মোক লগ পোৱাৰ কেইদিন হ'ল, ২/৩ বছৰ হ'ব,
আৰু তোমাৰ মাক দেউতাকে তুমাক সৰুৰেপৰা পঢ়া-শুনা,খোৱাই-বোৱাই ডাঙৰ দীঘল কৰিছে। এতিয়া মোৰ কাৰণে তেওঁলোকক পেলাই দিবানে।"
তেতিয়া আৰু যোগাযোগ একেবাৰে নোহোৱা হৈ পৰিছিল।
তাৰ পিছত ছোৱালী জনিৰ বাইৰ পৰা লৰাটোৱে তাইৰ খা খবৰ লৈছিল।তেতিয়া তাইৰ কাৰণে লৰা জন বহু চিন্তিত হৈ পৰিছিল আৰু যিকোনো প্ৰকাৰে তাইক এবাৰ লগ পোৱাৰ আশাৰে অপেক্ষা কৰিছিল। তাইৰ বাই এ লৰাটোক বুজাই কৈছিল যে অলপ দিন তুমি ধৈৰ্য ৰখা। এই কেইদিন তাইৰ ঘৰৰ মানুহ তাইৰ ওপৰত অসন্তুষ্ট, খঙত আছে।এতিয়া তুমি ফোন কৰিলে তাই মাৰ খাব পাৰে।বাইৰ কথা শুনি
লৰা টোৱে মানি লৈছিল। কেইদিনমান ধৰি ফোন কৰা নাছিল।
কিছুদিন পিছত,, এদিনাখন ছোৱালী জনী তাইৰ কেকাৰ লগত বাইৰ ঘৰলৈ আহিছিল।
তাৰ পিছত তিনি চাৰি মাহ মান এনেকৈ গল।
ইয়াত আকৌ তেওলোকৰ মাজত ভুল বুজাবুজি হয়।
লৰাজনে তাইৰ বিষয়ে অলপ বেয়া শুনিলে আনৰ পৰা। যিহেতু কোনো যোগাযোগ নাছিল। লৰাজনে দোমোজাত পৰিছিল। লৰাজনে কেনেবাকৈ খবৰটো লৈছিল।খবৰ পালে তাই বেলেগ কাৰোবাক ভাল পাবলৈ আৰম্ভ কৰিলে আৰু তাৰপৰাই ম'বাইল এটা পালে। তেতিয়া লৰাটোৰ বৰ খং উঠে আৰু খংগত ম'বাইল চলোৱা বাদ দি দিয়ে
এদিনাখন ছোৱালী জনী তাইৰ কেকাৰ লগত বাইৰ ঘৰলৈ আহিছিল, লৰাজনে গম নাপায় তাই আহা বুলি.,
লৰাজন বিয়লি এনেই এপাক মাৰো বুলি সিফালে যায়,, হঠাৎ দুয়োৰে মাজৰ মুখা মুখি হল,,, ইজনে সিজনক চাইয়ে থাকিল,, একো নোকোৱাকে,,, তাৰ পৰা লৰাটো গুচি অহিল..
(পাছত লিখিম বাকী খিনি)

Please do not write any spam comments.